মনোৰঞ্জন

বাৰ্থ ডে' গাৰ্ল ঐশ্বৰ্য্য ৰায়ক অভিষেক বচ্চন আৰু কন্যা আৰাধ্যাৰ সৈতে দেখা পোৱা গ'ল বিমান বন্দৰত;ফটো

Sentinel Digital Desk

৪৫বছৰত ভৰি দিলে মোহময়ী তথা মিছ ৱৰ্ল্ড ঐশ্বৰ্য্য ৰায় বচ্চনৰ । অভিনেত্ৰী গৰাকীক নিজ স্বামী অভিষেক বচ্চন আৰু কন্যা আৰাধ্যাৰ সৈতে ৰাতিপুৱা ভাগত দেখা পোৱা গ'ল মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ।জন্মদিন উপলক্ষে সপৰিয়ালে মিলি ফুৰিবলৈ গৈছে গোৱালৈ ।তলত ফটো প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/BpoKeHenw02/?taken-by=aishwaryaraibachchan_arb