অহা ২০২২চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাজধানী চহৰ গুৱাহাটীয়ে পাইপ যোগে ৰন্ধন লাভ কৰা সম্ভাৱনা ব্যক্ত কৰিছে দুলিয়াজান - নুমালিগড় পাইপলাইন নিগমে। বৰ্তমান সময়ত এই বিষয়ৰ কাম আৰম্ভ হৈ গৈছে, আৰু অচিৰেই অহা বছৰৰ ডিচেম্বৰ মাহত পৰা গুৱাহাটী বছিয়ে এই সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে, এই মন্তব্য কৰিছে এগৰাকী পাইপলাইন বিষয়াই।
চিটি গেছ দিষ্ট্ৰিবিউচন (CGD) এই আচঁনিৰ আমোল কৰাৰ হেতু, অসম গেছ কোম্পানীৰ নিগম (AGCL), ভাৰতীয়ই তৈল নিগম (OIL), আৰু GAIL গেছ নিগমে যুটীয়া ভাবে এক সংগঠনৰ গাঁথনি কৰিছে।
বাৰাউনি, বিহাৰ আৰু গুৱাহাটীক সংযুক্ত কৰা মধ্যবৰ্তী স্পাৰ লাইন জৰিয়তে কেন্দ্ৰীয় চৰকাৰে, জগদিছপুৰ, পশ্চিম উত্তৰ প্ৰদেশৰ পৰা হাল্ডিয়া, পশ্চিম বেংগল লৈকে ৰাষ্ট্ৰীয় গেছ গ্ৰিড পাইপলাইন নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই গেছ পাইপলাইনৰ নিৰ্মাণ কাম হাতত লৈছে GAIL ভাৰতীয় নিগমে।
আছাম চৰকাৰৰ বিশ্বাস যে এই গেছ পাইপলাইনে উদ্যোগিক খণ্ড, শক্তি উৎপাদন খণ্ড, স্বয়ংচলিত CNG খণ্ড আৰু ঘৰুৱা পাইপ গেছ সমূহ অধিক লাভাম্বিত হ'ব। ইয়াৰ লগতে এই খণ্ড সমূহ উন্নয়ন খণ্ড হিচাপে পৰিগণিত হ'ব আৰু নিৱনুৱা সমস্যা দুৰ কৰাত উপযোগী প্ৰমাণিত হ'ব।
ডি এন পি এলৰ ১৪তম্ বাৰ্ষিকী জেনেৰেল মীটিং শেহতীয়া ভাৱে অনুষ্ঠিত হয়। ২০২০ - ২০২১ লৈ এই খণ্ডটোৰ বাৰ্ষিকী আয় আছিল ১০১.৫০কোটি টকা। কৰ বিয়োগ কৰাৰ পাছত, কোম্পানী টোৰ লাভ হৈছে ৪০.৬৯কোটি টকা। আৰু পৰবৰ্তী বৰ্ষৰ ৩৫.৪২কোটি টকাৰ পৰা নতুন বৰ্ষত কোম্পানী টোৰ আই বৃদ্ধি পাইছে ১৪.৫৮% লৈ।