শীৰ্ষ বাতৰি

কেন্দ্ৰীয় বাজেট ২০১৯ : মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট

Sentinel Digital Desk

আজি সদনত দেশৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেট ২০১৯ দাখিল কৰে। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে । পুৰনি পৰম্পৰাক ভংগ কৰি বহী খাতাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। ব্ৰীফকেছৰ সলনি ৰঙা মোনাত বাজেট লৈ যায় ।এইবাৰৰ বাজেটক "দেশ কা বহীখাতা " বুলি আখ্যা দিয়া হৈছে ।

এইবাৰৰ বিজেটত জনসাধাৰণৰ বাবে কি কি আছে:

প্ৰদূষণমুক্ত দেশ গঢ়াৰ লক্ষ্য চৰকাৰৰ’|‘প্ৰত্যেক ঘৰতে শৌচালয়, বিজুলী যোগানৰ লক্ষ্য’|‘সকলোকে ঘৰ প্ৰদান আঁচনি ৰূপায়ণত গুৰুত্ব’|‘মুদ্ৰা ঋণৰ জৰিয়তে জনতাৰ জীৱন সলনি’আৰু সৰল কৰা হ’ব চৰকাৰী প্ৰক্ৰিয়া’|‘আন্তঃগাঁথনিত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন’|‘ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহত্‍ অৰ্থনীতি’|

কৰ-

যাতায়ত-

অৰ্থনীতি-

আন বিষয় সমুহ-