ৰাজ্যিক বাতৰি

বিধানসভাৰ উপনিৰ্বাচনৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Sentinel Digital Desk

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে শনিবাৰে ঘোষণা কৰিলে বিধানসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ৷২১ অক্টোবৰত হ’ব লগীয়া চাৰিটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ কাৰণে সোনাৰী,ৰঙাপাৰা, জনীয়া আৰু ৰাতাবাৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ।

অসম কংগ্ৰেছ কমিটীৰ সংবাদ বিজ্ঞপ্তি অনুসৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে চাৰিটা নিৰ্বাচন ক্ষেত্ৰৰ আসনৰ প্ৰাৰ্থীৰ কাৰণে মঞ্জৰী দিয়ে ৷ ইয়াৰ কাৰণে ৰাতাবাৰী সমষ্টিত কেশৱ প্ৰসাদ ৰজক,জনিয়া সমষ্টিত ছামছুল হক,ৰঙাপাৰাত কাৰ্তিক কুৰ্মি আৰু সোনাৰি সমষ্টিত সুশীল সুৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Special Police Officer Welfare Society demands regularization of their jobs