ৰাজ্যিক বাতৰি

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ দীপৰ বিলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ

Sentinel Digital Desk

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ নতুন দিল্লীয়ে অসম চৰকাৰক দীপৰ বিলৰ কাষৰীয়া ঠাইসমূহক সংবেদনশীল ঠাই ঘোষণা কৰিবলৈ আহ্বান কৰে ৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে হাতীৰ পথ হিছাপে নিৰ্বাচন কৰিছে ২৭৩ ৰেলৱে ট্ৰেক আৰু সেগুনবাৰীৰ আজৰা ৰেলৱে ষ্টেচনৰ আশেে পাশে অঞ্চল ৷

কাৰণ সম্প্ৰতি ৰাজ্যত সঘনাই হাতী মানুহৰ সংঘাতে বাতৰিৰ শিৰোনামা প্ৰায়ে দখল কৰি থাকে। সেয়েহে হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এই ব্যৱস্থা ৷ইফালে ৰাজ্যৰ অন্যান্য দিশসমূহৰ বিকাশৰ কাৰণে বিভিন্ন ব্যৱস্থা ল’ব সেউজ ন্যায়াধীকৰণে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Religious procession by Sikh community people arrives in Biswanath Chariali