ৰাজ্যিক বাতৰি

এন আৰ এলৰ ব্যক্তিগতককৰণ নহয়,চৰকাৰৰ নিয়ন্ত্ৰণতে থাকিব

Sentinel Digital Desk

এন আৰ এলৰ ব্যক্তিগতককৰণ নহয়,চৰকাৰৰ নিয়ন্ত্ৰণতে থাকিব ।এন আৰ এলৰ ব্যক্তিগতকৰণ নহয়,চৰকাৰৰ নিয়ন্ত্ৰনতে থাকিব।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মল। সীতাৰমনে বুধবাৰে স্পষ্ট কৰে যে,,গোলাঘাট স্থিত নুমলীগড় ৰেফাইনেৰী লিমিটেড চমুকৈ এন এলৰ ব্যক্তিগতকৰণ সম্পৰ্কত চলি থকা চৰ্চা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত সম্পৰ্কত স্পষ্ট কৰি কয় যে এন আৰ এল ৰ ব্যক্তিগতকৰণ নহয় আৰু প্ৰতিষ্ঠানটো চৰকাৰৰ নিয়ন্ত্ৰনতে থাকিব।এই সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সিদ্ধান্ত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে আদৰি লৈছে।অসমৰ ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰু প্ৰাধান্য দি এই সিদ্ধান্ত লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তীয় মন্ত্ৰী নিৰ্মল। সীতাৰমনক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লাখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা মাহত বিশ্বৰ শীর্ষ অইল আৰু গেছ কোম্পানী সমূহক আমন্ত্ৰণ জনাইছিল বি পি চি এল ত থকা ইয়াৰ অংশদ।ৰীত্ব

নিলামীৰ বাবে।বি পি চি এল ত এন আৰ এল ৰ সবাতোকৈ বেছি অংশ দ্বাৰীত্ব আছে।যত ৬১.৬৫শতাংশ শ্বেয়াৰ আছে এন আৰ এল ৰ।কেন্দ্ৰীয় চ ৰক।ৰৰ এই নিলামীৰ সিদ্ধান্ত বিষয়ে অৱগত হোৱাত অসমত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰে।ইয়াৰ প্ৰতিক্ৰিয়াৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এন আৰ এল ৰ ব্যক্তিগতকৰণ হলে ৰাজ্যত কেনে পৰিস্থিতি হব আৰু কৰ্মচাৰীসকলৰ কেনে ক্ষতি হব এই বিষয়ে লিখিত ভাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰে।যাৰ পিছতেই কেন্দ্ৰই এই সিদ্ধান্ত লয়।অন্যহাতে বি পি চি এল ৰ শ্বিপিং কৰ্পৰশ্যন অফ ইণ্ডিয়া,কংকৰ আৰু টি এইচ দি চি অ।ই এল ক নিলামী কৰা হব ।বি পি চি এল ক ব্যক্তিগতকৰণৰ পূৰ্বে এন আৰ এল ক সুকীয়া কৰা হব।অন্য এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠ।নে এই প্ৰতিষ্ঠানটো নিয়ন্ত্ৰন কৰিব।প্ৰায় ১.০৫ ট্ৰিলিয়ন ধন অৰ্জনৰ লক্ষ্য ৰে বি পি চি এল ৰ ৫৩.২৯শতাংশ শ্বেয়াৰ বিক্ৰীৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই।

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress party and Rahul Gandhi must apologize to the country: Assam BJP