কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ

আপুনি পৰিয়াল আৰু পৰিয়াল সদস্যবৰ্গৰ সৈতে মিলি যোৱাৰ চেষ্টা কৰক
কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ
Published on

আপোনাৰ গোপন প্ৰেম আজি ৰাজহুৱা হ'ব। আপোনাৰ মৰ্যাদা হানি হব পাৰে। মানুহে আপানাক কৰ্কশভাবে প্ৰশ্ন কৰিব পাৰে। শান্ত আৰু সমাহিত হৈ থাকক। এই সময়ছোৱাক আপুনি জীৱনৰ এক পৰ্যায়ৰূপে গ্ৰহণ কৰক। আপুনি পৰিয়াল আৰু পৰিয়াল সদস্যবৰ্গৰ সৈতে মিলি যোৱাৰ চেষ্টা কৰক। অনেক কষ্ট আৰু যত্নৰ মূৰত আপুনি আপোনাৰ সকলো কাম সম্পন্ন কৰিবলৈ সক্ষম হব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com