কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ

আপোনালোকে পৰস্পৰৰ সৈতে লুকাঃভাকু খেলিবলৈ লোৱাৰ সম্ভাৱনা আছে।
কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ
Published on: 

আপোনাৰ প্ৰেমৰ জীৱন সংঘাতপূৰ্ণ হব। কাৰণ আপুনি আন কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছে। আপোনালোকে পৰস্পৰৰ সৈতে লুকাঃভাকু খেলিবলৈ লোৱাৰ সম্ভাৱনা আছে। আপুনি কোনো প্ৰিয়জনক লগ পাব। সফলতা আপোনাৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com