কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ

পৰিয়ালক সমস্যাৰ পৰা আঁতৰত ৰাখিবলৈ আপুনি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব।
কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ
Published on

 পুৰণি খুচৰি উলিওৱা বিষয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্ক তিক্তকৰ কৰি তুলিব পাৰে। গতিকে এৰি অহা দিনৰ কথা পাহৰণিৰ গৰ্ভত বিলীন হবলৈ দিয়া উচিত আৰু নতুনৰ বীজ ৰোপন কৰক।আপোনাৰ শাৰীৰিক স্বাস্থ্য ভালে থাকিব। পৰিয়ালক সমস্যাৰ পৰা আঁতৰত ৰাখিবলৈ আপুনি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com