কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ

কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ
Published on: 

আপুনি আজি খুলাখুলিকৈ কথা কব। আপোনাৰ আবেগ-অনুভূতিৰ বহিঃপ্ৰকাশ ঘটিবলৈ দিয়ক। সহকৰ্মীৰ সৈতে আলোচনা কৰোতে আপুনি অতি খুলাখুলিকৈ কথা কব। কিন্তু এয়া তেওঁলোকে ভাল নাপাব পাৰে। তথাপি আপুনি আপোনাৰ চিন্তা উপস্থাপন কৰিবই। আপোনাৰ সংগী আৰু বন্ধুবৰ্গই আপোনাৰ চিন্তা তথা কথা-বতৰাক সমৰ্থন কৰিব। আপুনি সকলো কথা খুলাখুলিকৈ কব। আপোনাৰ ধন-বিতৰ অৱস্থা সন্তো।জনক হৈ থাকিব। সামগ্ৰিক পৰিৱেশ ভাল হৈ থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com