কৰ্কট, ২২জুনৰ পৰা ২২ জুলাইলৈ

আপুনি নিজৰ ভুলবোৰ ওলিয়াবলৈ গভীৰভাবে অনুধাৱন কৰিব। আুপনি নিজৰ মতৰ পৰা কিছু আঁতৰিব লাগিব।
কৰ্কট, ২২জুনৰ পৰা ২২ জুলাইলৈ
Published on: 

পৰিয়ালৰ জ্যেষ্ঠজনৰ সৈতে সম্পৰ্কত কিছু জটিলতাৰ সৃষ্টি হ'ব পাৰে। আপুনি নিজৰ মতামতক লৈ আকোঁৰগোঁজ হৈ থাকিব। ফলত আপুনি একাষৰীয়া হব। কোনোৱেই আপোনাক সহায় কৰিবলৈ আগবাঢ়ি নাহিব। আপুনি এক জটিল অৱস্থাত অসহায় অনুভৱ কৰিব। কিন্তু আপুনি নিজৰ ভুলবোৰ ওলিয়াবলৈ গভীৰভাবে অনুধাৱন কৰিব। আুপনি নিজৰ মতৰ পৰা কিছু আঁতৰিব লাগিব। আপুনি এক জয়ী অৱস্থাত উপনীত হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com