কৰ্কট, ২২জুনৰ পৰা ২২ জুলাইলৈ

আপুনি সম্পূৰ্ণ আনন্দ-স্ফূৰ্তিৰ মাজত থাকিব আৰু ইচ্ছা-আকাংক্ষাবোৰ পূৰণ কৰিবলৈ সক্ষম হব।
কৰ্কট, ২২জুনৰ পৰা ২২ জুলাইলৈ

আপোনাৰ জীৱনৰ মূল লক্ষ্য সলনি হব পাৰে। আনকি আপুনি পেচাগত প্ৰতিজ্ঞাবদ্ধতাও স্তগিত ৰাখিব পাৰে। আপুনি আপোনাৰ প্ৰেম-জীৱনৰ সৈতে একাত্ম হওক আৰু ইয়ে আপোনাক পুনৰ সজীৱ কৰি তুলিব। সাম্প্ৰতিক সময়ত আপুনি হবীবোৰ পূৰণ কৰিবলৈ সক্ষম হব। আপুনি সম্পূৰ্ণ আনন্দ-স্ফূৰ্তিৰ মাজত থাকিব আৰু ইচ্ছা-আকাংক্ষাবোৰ পূৰণ কৰিবলৈ সক্ষম হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com