কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ

কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ

শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। কিন্তু আপুনি অ-ক্ষতিগ্ৰস্ত হৈ ৰব।
Published on

আপোনাৰ অহংবোধক ভাল সম্পৰ্কৰ মাজলৈ আহিবলৈ নিদিব। অন্যথা বহুখিনি হেৰুৱাবলগীয়া হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে দূৰ ভ্ৰমণৰ সিদ্ধান্ত লব পাৰে। কৰ্মস্থলীত অহংবোধক লৈ সংঘাত আৰু উত্তপ্ত বাক-বিতণ্ডা হব পাৰে। শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। কিন্তু আপুনি অ-ক্ষতিগ্ৰস্ত হৈ ৰব। আৰু ভাৰসাম্যযুক্ত এক জীৱনশৈলী গঢ়াৰ চেষ্টা কৰিব পাৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com