Top
Begin typing your search above and press return to search.

কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ

শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। কিন্তু আপুনি অ-ক্ষতিগ্ৰস্ত হৈ ৰব।

কৰ্কট,২২জুনৰ পৰা ২২ জুলাইলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2020 3:48 AM GMT

আপোনাৰ অহংবোধক ভাল সম্পৰ্কৰ মাজলৈ আহিবলৈ নিদিব। অন্যথা বহুখিনি হেৰুৱাবলগীয়া হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে দূৰ ভ্ৰমণৰ সিদ্ধান্ত লব পাৰে। কৰ্মস্থলীত অহংবোধক লৈ সংঘাত আৰু উত্তপ্ত বাক-বিতণ্ডা হব পাৰে। শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। কিন্তু আপুনি অ-ক্ষতিগ্ৰস্ত হৈ ৰব। আৰু ভাৰসাম্যযুক্ত এক জীৱনশৈলী গঢ়াৰ চেষ্টা কৰিব পাৰে।

Next Story