কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ

ক অতি পদ্ধতিগত পথত আপুনি আপোনাৰ লক্ষ্যত উপনীত হব আৰু আপুনি লোৱা সকলো আঁচনিতে সফল হব
কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ
Published on: 

ভৱিষ্যতৰ আঁচনি প্ৰস্তুত কৰাৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে ভাল সময়। আপুনি আোপানৰ প্ৰেমিক বা প্ৰেমিকাক লৈ অতি সুখী হব। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সুন্দৰ মূহূৰ্ত পাৰ কৰিব আৰু এমে মুহূৰ্ত আপুনি অধিক বিচাৰিব। এক অতি পদ্ধতিগত পথত আপুনি আপোনাৰ লক্ষ্যত উপনীত হব আৰু আপুনি লোৱা সকলো আঁচনিতে সফল হব। নিৱনুৱাসকলে নিযুক্তিপত্ৰ লাভ কৰিব আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com