আপুনি বিচৰা ধৰণেৰে ফলাফল লাভ কৰিব। সুফল লাভৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব। আপোনাৰ প্ৰেম-জীৱনত কোনো দুখ-কষ্ট নাথাকিলেও সুখৰ অভাৱ ঘটিব পাৰে। আপুনি কাম-কাজৰ ক্ষেত্ৰত কষ্ট কৰিব লগীয়া হব পাৰে, কিন্তু আপুনি সক্ৰিয় হৈ থাকিব আৰু সুফল লাভ কৰিব। আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় উপভোগ কৰিব।
কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ
আপোনাৰ প্ৰেম-জীৱনত কোনো দুখ-কষ্ট নাথাকিলেও সুখৰ অভাৱ ঘটিব পাৰে।

Next Story