কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ

আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হব। ভ্ৰাতৃ বা ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব।
কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ
Published on: 

আজিৰ দিনটোত আপুনি অধিক আনন্দ-উত্সাহ পাব বুলি আশা নকৰিব। কাৰণ পৰিস্থিতি নিৰস হব পাৰে। অৱশ্যে আপুনি প্ৰেমৰ সম্পৰ্কত অধিক সুস্থিৰতা আশা কৰিব পাৰে। আজিৰ দিনটো আপুনি অনন্য ধৰণেৰে উপভোগ কৰিব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হব। ভ্ৰাতৃ বা ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com