কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ

আপুনি আপোনাৰ ভাল গুণবোৰ আৰু চৰিত্ৰৰ বল প্ৰদৰ্শনৰ বাবে বহু সুযোগ পাব।
কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ
Published on: 

সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি অধিক বাস্তৱিক হওক। আপুনি আপোনাৰ ভাল গুণবোৰ আৰু চৰিত্ৰৰ বল প্ৰদৰ্শনৰ বাবে বহু সুযোগ পাব। আপুনি কল্পনাপ্ৰৱণ আৰু সৃষ্টিশীল হৈ ৰব। বিত্তীয় লাভালাভ অৰ্জন কৰি থাকিব।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com