Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ,( ৬ ডিচেম্বৰ, সোমবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ,( ৬ ডিচেম্বৰ, সোমবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2021 4:48 AM GMT


জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

৬, ১৫, ২৪

শুভ বাৰসমূহ


সোমবাৰ, শুকুৰবাৰ, দেওবাৰ

শুভ ৰংসমূহ



ৰঙা, হালধীয়া, মেৰুণ



মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)






যদি আপুনি সন্মুখীন হোৱা কোনো সমস্যাৰ বিষয়ে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক খুলাখুলিকৈ কয়, তেন্তে আপুনি তেওঁৰ পৰা প্ৰয়োজনীয় সহায় পাব। তেওঁৰ লগত আপোনাৰ বান্ধোন সুদৃঢ় হব। আপুনি আৰাম কৰিব। নতুন পৰিকল্পনাৰ কথা চিন্তা কৰিব। আপুনি আপোনাৰ পৰিয়াল আৰু সন্তানৰ সৰু-সুৰা প্ৰয়োজনীয়তাও পূৰণ কৰিব । জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সু-মসৃণ হব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')




প্ৰেমত পৰিলে আপুনি জীৱনৰ নতুন অৰ্থ বিচাৰি পাব। আপুনি অনুভৱ কৰিব যে জীৱন সুন্দৰ। আপুনি অনুষ্ঠান, কৰ্মসূচী আৰু আলোচনা চক্ৰত ব্যস্ত থাকিব। আপুনি নতুন যোগাযোগ স্থাপন কৰিব। কৰ্মস্থলীত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। আপুনি আপোনাৰ সহকৰ্মীৰ লগত অতি ভাল বাৰ্তা-সংযোগ বৰ্তাই ৰাখিব। আপোনালোক প্ৰেমিক-প্ৰেমিকাৰ মাজত ভাল বুজাপৰা থাকিব।

মিথুন : (২২ মে'- ২১ জুন)





আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ ইতিবাচক পৰিৱৰ্তন আহিব । আপুনি এটা ডাঙৰ বিত্তীয় বুজাবুজি কৰিব। কিন্তু চুক্তিত স্বাক্ষৰৰ পূৰ্বে আপুনি ভালদৰে নথিপত্ৰবোৰ পঢ়াৰ প্ৰয়োজন। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। আপুনি বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব। আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সন্তুষ্ট হব।

কৰ্কট : (২২ জুন- ২২ জুলাই)





আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ সৈতে একেলগে কৰবালৈ ফুৰিবলৈ যাব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বান্দোন ভাল হব আৰু দুয়োজনে পৰস্পৰক ভালদৰে বুজি পাবলৈ সক্ষম হব। আপুনি নতুন বন্ধুত্বও গঢ়িব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদক্ষেপে সফলতা আনিব। আপুনি চাকৰিত পদোন্নতি পাব। আপোনাৰ বাৰ্তা-সংযোগৰ দক্ষতা অদ্বিতীয়।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)





আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ সৈতে একেলগে কৰবালৈ ফুৰিবলৈ যাব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বান্দোন ভাল হব আৰু দুয়োজনে পৰস্পৰক ভালদৰে বুজি পাবলৈ সক্ষম হব। আপুনি নতুন বন্ধুত্বও গঢ়িব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদক্ষেপে সফলতা আনিব। আপুনি চাকৰিত পদোন্নতি পাব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)






আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অধিক দমন কৰাৰ স্বভাৱ ত্যাগ কৰক। অন্যথা আপুনি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত যন্ত্ৰণা ভোগ কৰিব লাগিব পাৰে । আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)







আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হব। হব। আপুনি প্ৰতিটো কথা আৰু কামত গুৰুত্ব দিব। আধ্যত্মিক আৰু পাৰ্থিৱ—দুয়োটা দিশৰ পৰাই এই সময়ছোৱা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব। আপুনি নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি অগ্ৰসৰ হব। স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। বিবদমান বিষয়ত আপোনাৰ জয়ৰ ইংগিত সূচিত হৈছে।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)





আপুনি আজি জীৱনত কোনো নতুনত্বৰ সন্ধান কৰিব আৰু মূৰকত সেয়া পাবও। ইয়ে আপোনাক জীৱনত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ বাবে অংশীদাৰী ব্যৱসায় শ্ৰেয়। আপুনি আকাংক্ষিত এটা কাম লাভ কৰি পূৰ্ণ শক্তিৰে কাম কৰিব। আপুনি এটা ভাল কাম কৰিবলৈ লব। আপুনি ঘৰুৱা কাম-কাজত ধন ব্যয় কৰাৰ সম্ভাৱনা আছে।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)








আজিৰ দিনটো আপোনাৰ বাবে অতি সুন্দৰ দিন হব। আপুনি আপোনাৰ শক্তিশালী ইচ্ছাশক্তিৰ বলত সফলতাৰ দিশত অগ্ৰসৰ হব। আপোনালৈ ধন আৰু সম্পদৰ আগমন অব্যাহত থাকিব । আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আপুনি আনৰ প্ৰতি সহানুভূতিশীল হব। আপুনি গুৰুত্বসহকাৰে কাম সম্পূৰ্ণ কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)






অধ্যয়নত আপোনাৰ সন্তানে উন্নতি সাধনৰ ভাল খবৰ আজি পাব। চৰকাৰৰ সৈতে সম্পৰ্কিত কাম বা বিষয়ত আপুনি সফলতা অৰ্জন কৰিব। এই সময় হৈছে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আনন্দ-স্ফূৰ্তি কৰাৰো সময়। আপুনি বনভোজ অথবা আনন্দ-স্ফূৰ্তিৰে ভৰা ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰো যতন লব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)








আজি এটা ভাল খবৰ পাই আপুনি সুখী হব। আপুনি আপোনাৰ প্ৰিয়জন আৰু বন্ধুবৰ্গৰ সৈতে অবিস্মৰণীয় মুহূৰ্ত পাৰ কৰিব। আপুনি সামাজিক আৰু ৰাজনৈতিক কাম-কাজৰ প্ৰতি আকৰ্ষিত হব পাৰে। আপুনি আপোনাৰ ব্যৱসায়তো সফলতা অৰ্জন কৰিব। আপুনি নিজৰ মাজতে ইতিবাচক পৰিৱৰ্তন দেখিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



আজি আপুনি কিছু অ-সুখী অনুভৱ কৰিব আৰু মন হতাশাৰে ভৰি পৰিব পাৰে। আপুনি আপোনাৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ পৰা সহায়-সহযোগিতা পাব। আপুনি এটা নতুন কাম /ব্যৱসায়ো আৰম্ভ কৰিব। আপুনি আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ লগত ভাল বান্ধোন অটুট ৰাখিব। আহি থকা দিনবোৰে আপোনালৈ আনন্দ আৰু সম্পদ আনিব।


আৰু পঢ়িব পাৰে : যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে


Next Story
চাকৰি