Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১১ ডিচেম্বৰ, বুধবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ ( আজিৰ দিনটোত জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১১ ডিচেম্বৰ, বুধবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2021 4:34 AM GMT

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ


২, ১১, ২০, ২৯

শুভ বাৰসমূহ



সোমবাৰ, বুধবাৰ, শুকুৰবাৰ

শুভ ৰংসমূহ




সেউজীয়া, নীলা, ৰঙা।


আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১১ ডিচেম্বৰ, শনিবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)







আপুনি আপোনাৰ সৈতে মনে মিলা কোনো ব্যক্তিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে। সামাজিক ক্ষেত্ৰত আপুনি বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব। আপোনাৰ জীননলৈ নতুনত্ব আহিব। আপুনি আপোনাৰ লক্ষ্য-উদ্দেশ্যক লৈ অতি স্পষ্ট হ'ব লাগিব ৷ আপোনাৰ সহকৰ্মীৰ সৈতে সাধাৰণ কথাতে মতানৈক্য হ'ব পাৰে ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')






আপুনি জীৱনত সু-স্থিতি অৰ্জনৰ পৰিকল্পনা কৰিব পাৰে আৰু এই কথাই আপোনাৰ পৰিয়ালক সুখী কৰিব। আপুনি নিজকে সামাজিক কৰি তুলিব আৰু কোনো সামাজিক অনুষ্ঠানত আপোনাৰ প্ৰিয়জনৰ সৈতে অংশ ল'ব ৷ পাৰিবাৰিক বিষয়কলৈ আপুনি নতুন আঁচনি প্ৰস্তুত কৰিব ৷

মিথুন : (২২ মে'- ২১ জুন)






আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে কেতবোৰ অংশ লৈ ব্যস্ত হৈ থাকিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা তেনে দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ ক'ব, যাতে সময় উপভোগ কৰিব পাৰে ৷ আপোনাৰ প্ৰগতিৰ পথ উজ্জ্বল ৷ আপুনি কৰ্মস্থলীত সুবিধাজনক স্থানত থাকিব ৷ আৰু আপুনি পদোন্নতিও পাব ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)







আপুনি নিজকে ভালদৰে নিয়ন্ত্ৰণৰ বাবে যুঁজ দিবলগা হব পাৰে। আপুনি ব্যক্তি স্বাধীনতা উপভোগৰ বাবে অবিবাহিত হৈ থকাৰ কথা চিন্তা কৰিব। বিনিয়োগৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি ল'ব ৷ অন্যথা আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ৷ আপুনি এটা ভাল খবৰ পাব। গভীৰভাবে ভাবি-চিন্তিহে কোনো ডাঙৰ সিদ্ধান্ত ল'ব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)







আপুনি আজি অধিক উত্সাহিত হবলৈ নিবিচাৰিব, কাৰণ কথা-বতৰাবোৰ সঠিক দিশত আগনাবাঢ়িব পাৰে। আপোনাৰ আয় বৃদ্ধি পাব পাৰে। আপোনাৰ ওচৰত বহুত সমল থাকিব। আপুনি কামত সম্পূৰ্ণৰূপে নিমজ্জিত হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰো যতন ল'ব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)









আপুনি এটা নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰিব পাৰে। আপুনি আোপনাৰ জীৱনলৈ নতুনকৈ অহা ব্যক্তিজনকলৈ সুখী হব। ইয়ে আপোনাৰ মনত আনন্দৰ সৃষ্টি কৰিব আৰু আপুনি উৎসাহেৰে কামত জড়িত হ'ব ৷ আপুনি এজন প্ৰেৰণদায়ক ব্যক্তিক লগ পাব পাৰে আৰু তেওঁ আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)









কামৰ ক্ষেত্ৰত আপুনি এটা প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হব পাৰে। আপুনি আপোনাৰ প্ৰমিকাৰ আবদাব পূৰণ কৰিব নোৱাৰিব পাৰে। ইয়াকে লৈ দুয়োজনৰ মাজত কিছু মনোমালিন্য ঘটিব পাৰে। আপুনি আজি কোনো প্ৰিয় স্থান ভ্ৰমণলৈ যাব পাৰে আৰু তাৰ পৰাই নিজৰ কাম কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)






আপোনাৰ জীৱনত এটা অতি আনন্দদায়ক পুনৰ মিলনৰ ঘটনা ঘটিব পাৰে। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই যৌথভাবে কোনো নতুন সম্পদ ক্ৰয় কৰিব পাৰে। আপুনি অধিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)











আজি আপুনি এক ৰোমাণ্টিক স্থান ভ্ৰমণ কৰিব পাৰে। আপুনি তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব। আপুনি শাৰীৰিকভাবে সক্ষম হৈ থাকিব ৷ আপুনি প্ৰেমত অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি হঠাতে দুৰ্ভাগ্য বহন কৰিবলৈ অপাৰগ হ'ব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)










আপোনাৰ কঠিন সময় পাৰ হৈছে আৰু আপুনি এটা উজ্জ্বল দিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা প্ৰত্যাশিত সহায় পাব ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক বিনয়ী আৰু মৃদুভাষী হ'ব লাগিব ৷ আজিৰ দিনটোত আপোনাৰ বহু সুখী হ'ব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)









আপোনাৰ প্ৰেমৰ সম্পৰ্কত আকাংক্ষিত আন্তৰিকতা পাব। আপুনি আপোনাৰ প্ৰিয়জনক লগ পোৱাৰ লগে লগে সুন্দৰ অভিজ্ঞতা অৰ্জন কৰিব ৷ ই এক ছাৰপ্ৰাইজ উপহাৰ হ'ব ৷ আপোনালোকে পৰস্পৰৰ প্ৰতি অধিক মৰম-স্নেহ অনুভৱ কৰিব ৷ আপুনি আজি সামাজিক কাম-কাজৰ সৈতে জড়িত হ'ব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপোনাৰ কিছু ব্যৱধানৰ সৃষ্টি হব পাৰে আৰু ইয়ে ক্ষণিকৰ বাবে সম্পৰ্কত ব্যাঘাত হানিব পাৰে। পুনৰ পূৰ্বৰ অৱস্থাপ্ৰাপ্তিৰ বাবে কিছু সময়ৰ প্ৰয়োজন হব। আপুনি আপোনাৰ সহকৰ্মীসকলৰ সমস্যাও সামদান কৰিব ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত মৰম-স্নেহ থাকিব ।


আৰু পঢ়িব পাৰে : যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে


Next Story
চাকৰি