Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৪ ডিচেম্বৰ, মঙলবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৪ ডিচেম্বৰ, মঙলবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2021 6:12 AM GMT



জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ


৫, ১৪, ২৩।

শুভ বাৰসমূহ




মঙলবাৰ, বৃহস্পতিবাৰ, দেওবাৰ

শুভ ৰংসমূহ




বেঙুণীয়া, হালধীয়া, সেউজীয়া


আজিৰ দিনটোৰ ৰাশিফল ( ১৪ ডিচেম্বৰ, মঙলবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)








আপুনি আপোনাৰ জীৱনসংগীৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাওঁতে আপোনাৰ অতিৰিক্ত ধন খৰচ হব পাৰে। আপুনি প্ৰস্তুত কৰা অধিকাংশ আঁচনিয়েই বাস্তৱত পৰিণত নহব পাৰে। কাৰণ এইসমূহ ৰূপকথাৰ সাধুৰ লেখীয়া। আপুনি আপোনাৰ পৰিয়ালৰ লগত কৰবালৈ ফুৰিবলৈ যাব পাৰে। আপোনাৰ সহকৰ্মীৰ সৈতে সাধাৰণ কথাতে মতানৈক্য হ'ব পাৰে ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')







ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুতৰ বাবে এই সময়ছোৱা উত্তম সময়। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকলৈ সুখী হব। আপুনি নিজকে সামাজিক কৰি তুলিব আৰু কোনো সামাজিক অনুষ্ঠানত আপোনাৰ প্ৰিয়জনৰ সৈতে অংশ ল'ব ৷ পাৰিবাৰিক বিষয়কলৈ আপুনি চিন্তা কৰিবলগা হব পাৰে ৷ বহু আলোচনা-বিলোচনাৰ পাছতহে শ্বেয়াৰ বজাৰ, সোণ আদিত বিনিয়োগ কৰিব ৷

মিথুন : (২২ মে'- ২১ জুন)






আপুনি কোনো ঘৰুৱা সমস্যাৰ সন্মুখীন হব পাৰে, যিবোৰ সমাধানৰ বাবে যথেষ্ট বুজা-পৰাৰ প্ৰয়োজন হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক দিহা-পৰামৰ্শ দিব যাতে আপুনি সময় উপভোগ কৰিব পাৰে ৷ আপোনাৰ প্ৰগতিৰ পথ উজ্জ্বল ৷ আপুনি কৰ্মস্থলীত সুবিধাজনক স্থানত থাকিব ৷ আৰু আপুনি বিত্তীয় লাভ অৰ্জনৰ ইংগিত সূচিত হৈছে।

কৰ্কট : (২২ জুন- ২২ জুলাই)








আপুনি কিছু সময়ৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা আঁতৰত থাকিব পাৰে। আপুনি আপোনাক সদায়ে সহায় কৰিবলৈ সাজু থকা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় লওক ৷ আপুনি আজি কোনো প্ৰিয় স্থান ভ্ৰমণলৈ যাব আৰু তাৰ পৰাই কাম কৰিব ৷ আপোনাৰ ব্যৱসায়ত দিয়া আৰু লোৱা থাকিব।



সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপুনি লাভ অৰ্জন কৰিব। আপুনি যধে-মধে ধন ব্যয় কৰিব আৰু নিজৰ জীৱন উপভোগ কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে কোনো ব্যয়বহুল উপহাৰ ক্ৰয় কৰিব পাৰে । আপোনাৰ প্ৰেম মুক্তভাবে অগ্ৰসৰ হ'ব ৷ আপোনাৰ আয় বৃদ্ধি পাব। আপুনি কামত সম্পূৰ্ণৰূপে নিমজ্জিত হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰো যতন ল'ব।






কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)











আপোনাৰ কাষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থকাৰ পৰিপ্ৰেক্ষিতত সকলো কথা-বতৰা সঠিক দিশত আগবাঢ়িব। আপুনি অধিক সামাজিক হৈ উঠিব আৰু মানুহক সাক্ষাত কৰি ভাল পাব। আপোনাৰ কৰ্ম পাৰদৰ্শিতাক লৈ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী সন্তুষ্ট হব। আপোনাৰ বিত্তীয় অৱস্থা অধিক শক্তিশালী হ'ব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)









এই সময়ছোৱাত আপোনাক নিঃসংগ হোৱাৰ ভয়ে খেদি ফুৰিব পাৰে। কিছু কিছু মুহূৰ্তকলৈ আপুনি নাৰ্ভাছ হব পাৰে। অধিক কামৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। কিন্তু আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সংগই আপোনাক সুখী কৰি ৰাখিব। আপোনাৰ মনৰ পৰা দু-শ্চিন্তা দূৰ হব। আপুনি চাকৰিৰ নতুন অফাৰ পাব পাৰে।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)







কৰ্ম-জীৱনে আপোনাক আজি গোটেই দিন ব্যস্ত ৰাখিব। আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে ৷ আপুনি অধিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷ আপুনি যি কামেই নকৰক কিয়,তাতে সফলতা অৰ্জন কৰিব ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)












মিশ্ৰিত অনুভূতিয়ে আপোনাক দোধোৰ-মোধোৰ অৱস্থাত পেলাব পাৰে। আপুনি কৰ্ম-জীৱনত লগ পোৱা কোনো ব্যক্তিৰ প্ৰেমত পৰিব পাৰে। আপুনি তেওঁক প্ৰস্তাৱ আগবঢ়াব পাৰে। আপুনি শাৰীৰিকভাবে সুস্থ-সবল হৈ থাকিব ৷ আপুনি প্ৰেমত অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি হঠাতে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হব পাৰে।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)












প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত অধিক আশা নকৰিব। আপুনি অশুভ পৰিৱেশৰো সন্মুকীন হব পাৰে। তৰা পৰাই আপুনি নিজৰ উত্তৰণ ঘটাব লগীয়া হব পাৰে। আপুনি আজি কাৰ্যালয়ৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ'ব পাৰে আৰু আধৰুৱা কাম ঘৰলৈ আনিব। ইয়ে আপোনাৰ জীৱনসংগীক অসন্তুষ্ট কৰিব পাৰে ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)




আপুনি ব্যক্তিগত আৰু পেচাদাৰী জীৱনকলৈ আঁচনি প্ৰস্তুতত ব্যস্ত থাকিব। আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা প্ৰত্যাশিত সহায় পাব ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক বিনয়ী আৰু মৃদুভাষী হ'ব লাগিব ৷ আজিৰ দিনটোত আপোনাৰ বহু ধন খৰচ হ'ব পাৰে। অনৰ্থক ব্য এৰাই চলিব






মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বন্ধুবৰ্গক কোনো পাৰ্টী দিব পাৰে । আজি গোটেই দিন আপোনাৰ কাষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থাকিব পাৰে ৷ আপুনি নতুন সংযোগ স্থাপনত অতুলনীয়ভাবে পাৰদৰ্শী ৷ আপোনাৰ বাবে সময় অনুকূল।


আৰু পঢ়িব পাৰে : যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে


Next Story
চাকৰি