Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৫ ডিচেম্বৰ, বুধবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৫ ডিচেম্বৰ, বুধবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2021 5:02 AM GMT


জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ04


৬, ১৫, ২৪

শুভ বাৰসমূহ




সোমবাৰ, বুধবাৰ, দেওবাৰ

শুভ ৰংসমূহ




নীলা, ৰঙা, মেৰুণ


আজিৰ দিনটোৰ ৰাশিফল ( ১৪ ডিচেম্বৰ, মঙলবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)








প্ৰেমিক-প্ৰেমিকাসকলে আজিৰ দিনটো উপভোগ কৰিব। আপোনাৰ প্ৰেমিকাৰ আচৰণত আপুনি শুশু সুলভতা লক্ষ্য কৰিব। আপোনাৰ অতি গভীৰ। আপুনি আপোনাৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব। আপুনি কিছু সম্পত্তিও ক্ৰয় কৰিব পাৰে । আপুনি আপোনাৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ পৰা পূৰ্ণ সকাহ-সমৰ্থন পাব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')







দীৰ্ঘদিন ধৰি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আলোচনা কৰিম বুলি ভাবি থকা বিষয়টো আজি আলোচনা কৰিব পাৰে। আপুনি এইক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা ইতিবাচক সঁহাৰি পাব। গতিকে বিষয়টোক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। আপুনি আজি অতি দয়ালু আৰু সহানুভূতিশীল হোৱাৰ প্ৰয়োজন।

মিথুন : (২২ মে'- ২১ জুন)






আপুনি আপোনাৰ ভাব-অনুভূতি অত্যন্ত গভীৰ হোৱা সত্বেও আপুনি সদায়ে তাক প্ৰতাশ নকৰে। কিন্তু এতিয়া সেয়া প্ৰকাশৰ সময় সমাগত হৈছে। আপুনি হঠাতে প্ৰচুৰ ধন পাব পাৰে ৷ বৃহস্পতিৰ স্থানে আপোনাৰ লাভ বৃদ্ধি কৰিব আৰু আপোনাৰ যশস্যাও বৃদ্ধি পাব ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)








আপুনি আপোনাৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত অধিক বাস্তৱসন্মত হোৱাৰ প্ৰয়োজন । প্ৰেম-ৰোমান্সৰ দিশৰ পৰা এইক্ষেত্ৰত আপুনি উপকৃত হব। ভালদৰে পৰিকল্পনা প্ৰস্তুত নকৰাৰ বাবে আপুনি মূল্য ভৰিবলগা হব পাৰে। আশা আৰু উদ্দীপনাৰে নতুন প্ৰেমৰ সম্পৰ্ক গঢ়াত আপোনাক বাধা দিব নোৱাৰিব ৷



সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)


আপুনি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰে আৰু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল ভোগ কৰিবলৈ পাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো আপোনাৰ লেখীয়াকৈ পৰিশ্ৰম কৰিব। ৷ এক ৰোমাণ্টিক সন্ধিয়া সূচিত হৈছে। সময় সুবিধাজনক আৰু আপোনাৰ অনুকূলে আছে।






কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)












প্ৰেমিক-প্ৰেমিকাসকলৰ নিজৰ কাৰ্যসূচী থাকিব । গতিকে ইজনে সিজনক সাক্ষাতৰ বাবে যথেষ্ট পৰিকল্পনা কৰিব লাগিব। আপুনি পৰিস্থিতি মেনেজ কৰিবলগীয়া হব। আজিৰ দিনটো আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত ভাল। আপোনাৰ উন্নতিত কোনো বাধা নাথাকিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)









আপুনি এনে এজন ব্যক্তিৰ প্ৰেমত পৰিব পাৰে যি আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ ভাল পাব। গতিকে আপুনি অনেকখিনি স্বীকাৰ কৰিবলৈ প্ৰস্তুত হওক। কথা-বতৰাবোৰ সঠিক দিশলৈ অহাৰ বাবে আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো সহায় কৰিব আৰু দিনটো আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)







আপুনি আপোনাৰ প্ৰিয়জনৰ লগত এক অতি প্ৰত্যাশিত ভ্ৰমণ কৰিব পাৰে। ইজনে সিজনক ভালদৰে বুজি পাই ভৱিষ্যতে ভালৰ বাবে পৰিকল্পনা কৰিব ৷ চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত সময় আপোনাৰ বাবে অনুকূল ৷ আপুনি প্ৰচুৰ ধন লাভৰ ইংগিত সূচিত হৈছে ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)












আপুনি এটা ভাল দিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি কবলৈ বহু কথা থাকিব আৰু কৰিবলৈ বহু কাম থাকিব। আপুনি কিছু বিত্তীয় সমস্যাৰ সন্মুখীন হ'বলগা হ'ব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে সকাহদায়ক হ'ব আৰু আপোনালৈ সহায়ো আগবঢ়াব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)












আপুনি নতুন মানুহক লগ কৰিব পাৰে আৰু তেওঁলোকৰ মাজৰ এজনৰ প্ৰতি আকৰ্ষিত হব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সময় অতিবাহিত কৰা উচিত আৰু ৰোমান্স উপভোগ কৰিব পাৰে ৷ এই সময়ছোৱা আপোনাৰ বাবে অনুকল ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)




আপোনাৰ মোহনীয় ব্যক্তিত্বই মানুহৰ দৃষ্টি আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব। আপুনি মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ হৃদয় জয় কৰিবৰ বাবে আত্মবিশ্বাসী হ'ব লাগিব। ইয়াকে কৰাৰ পাছত আপুনি পৃথিৱীখন জয় কৰা যেন অনুভৱ কৰিব ৷





মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ভৱিষ্যতকলৈ আজি কিছু জটিল সিদ্ধান্ত লবলগীয়া হব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকক আস্থাত লোৱাৰ প্ৰয়োজন। মানুহক অধিক বিশ্বাস কৰাৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে ৷ আপুনি দুই চকু খোলা ৰখা উচিত।


আৰু পঢ়িব পাৰে : যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে


Next Story
চাকৰি