Begin typing your search above and press return to search.
এন এইচ এমৰ প্ৰধানমন্ত্ৰী আৰোগ্যমিত্ৰ নিযুক্তি
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(এন এইচ এম) অসম-এ প্ৰধানমন্ত্ৰী আৰোগ্য মিত্ৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৩৬৯টা।
দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৯-২০২০।
অৰ্হতাঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে https://nhm.assam.gov.in (Recruitment Section)-ৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদন জমা দিয়াৰ সময়ত প্ৰাৰ্থীয়ে সংশ্লিষ্ট নথি-পত্ৰৰ প্ৰতিলিপি আপলোড কৰিব লাগিব।
বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব।
বয়সৰ সীমাঃ এক জানুৱাৰী, ২০২০ত ৩০ বছৰতকৈ কম হব লাগিব।
স্বাস্থ্য খণ্ডৰ কামত অভিজ্ঞতা থকাসকলক অগ্ৰাধিকাৰ দিয়া হব।
আবেদনঃ আবেদন ১০ ছেপ্টেম্বৰ, ২০২০ৰ পৰা গ্হণ কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীয়ে অৰ্হতা আৰু চৰ্তাৱলীৰ বাবে https://nhm.assam.gov.in-চাওক।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ বেংক অৱ ইণ্ডিয়াত বিষয়াৰ পদখালী
Next Story