Begin typing your search above and press return to search.

IIMC মিজোৰামত ০২ অধ্যাপকৰ পদখালী

উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে

IIMC মিজোৰামত ০২ অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2021 12:20 PM GMT

IIMC মিজোৰামৰ বিষয়ে জানক :

ইণ্ডিয়ান ইনষ্টিটিউটঅফ মাছ কমিউনিকেশ্বন উন্মোচিত কৰা হৈছিল১৭ আগষ্ট ১৯৬৫ চনত, তেতিয়াৰ ইনফৰ্মেচন আৰু ব্ৰডকাষ্টিং মন্ত্ৰী ইন্দিৰা গান্ধীৰ দ্বাৰা। এই প্ৰতিষ্ঠানৰ আৰম্ভণি হৈছিল এটি সৰু ষ্টাফৰ সৈতে, য'ত আছিল UNESCO ৰ pora oha দুগৰাকী নিৰীক্ষক। শেহতীয়া ভাৱে এই প্ৰতিষ্ঠানত বিহুত বহুতো প্ৰশিক্ষণ অনুষ্ঠান আগবঢ়োৱা হৈছে, বিশেষকৈ কেন্দ্ৰীয় জ্ঞান সেৱা বিষয়াৰ পদৰ বাবে। শেহতীয়া ভাৱে এই প্ৰতিষ্ঠানৰ প্ৰসাৰণ কৰা হৈছে আৰু ই নিয়মীয়া স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম আগ বঢ়োৱা আৰম্ভ কৰিছে।

ইণ্ডিয়ান ইনষ্টিটিউটঅফ মাছ কমিউনিকেশ্বনত পদখালী :

ইণ্ডিয়ান ইনষ্টিটিউটঅফ মাছ কমিউনিকেশ্বনত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰফেছাৰ

খালী পদৰ সংখ্যা

০২

দৰমহা

১,৪৪,২০০ - ২,১৮,২০০/- টকা, মাহিলী

পদৰ অৱস্থান

আইজল - মিজোৰাম, কত্বায়াম - কেৰেলা

অন্তিম তাৰিখ

০৭ জানুৱাৰী ২০২২

ৱেবচাইট

iimc.nic.in


শিক্ষাগত অৰ্হতা:

# এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী প্ৰাসংগিক বিষয়ত Ph. D ডিগ্ৰী লাভ কৰা হ'ব লাগিব, লগতে উচ্চ খাপৰ প্ৰকাশিত কাকত থাকিব লাগিব, সক্ৰিয় ভাৱে গৱেষণাৰ লগত জৰিত হ'ব লাগিব, লগতে নূন্যতম ১০খন প্ৰমাণিত প্ৰকাশিত কাকত পীৰ - ৰিভিউদ বা ইউ জি চিৰ দ্বাৰা স্বীকৃতী প্ৰাপ্ত জাৰ্ণেলত, আৰু সম্পূৰ্ণ গৱেষণা নম্বৰ ১২০

# কোনো বিশ্ববিদ্যালয়/ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক ৰূপে ১০বছৰীয়া শিক্ষকতা অভিজ্ঞতা

#বিশ্ববিদ্যালয়/ ৰাষ্ট্ৰীয় পদমৰ্যাদাৰ প্রতিষ্ঠানত অধ্যাপক/ সহকাৰী অধ্যাপক আৰু গৱেষণা অভিজ্ঞতা, লগতে প্ৰমাণিত সফলতা পূৰ্বক প্ৰশিক্ষিত ডক্টৰেট প্ৰাৰ্থী।

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ, সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অৰুণা আছফ আলী মাৰ্গ, নতুন JNU কেম্পাচ, নতুন দিল্লী ১১০০৬৭ লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক: OVOVO গুৱাহাটীত ০৬টা নতুন পদ খালী


Next Story
চাকৰি