Begin typing your search above and press return to search.

OVOVO গুৱাহাটীত ০৬টা নতুন পদ খালী

চাকৰি বিচাৰি থকা সকলো প্ৰাৰ্থীৰ বাবে এইয়া এক আকৰ্ষণীয় সুযোগ, আৱেদন প্ৰেৰণ কৰাৰ অন্তিম দিন ০৫ ডিচেম্বৰ ২০২১ তাৰিখ

OVOVO গুৱাহাটীত ০৬টা নতুন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2021 12:10 PM GMT

OVOVO গুৱাহাটীত শেহতীয়া পদ খালী:

OVOVO গুৱাহাটীত শেহতীয়াভাৱে ০৬ গৰাকী মাৰ্কেটিঙ এক্সেকিউটিভ, কম্পিউটাৰ অপাৰেটৰ আৰু পিয়নৰ পদ খালী হৈছে। এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক উপযুক্ত প্ৰাৰ্থী সকলে অনলাইন (ইমেইল) যোগে নিজৰ আৱেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। অনলাইন আৱেদন প্ৰেৰণ কৰাৰ অন্তিম দিন হৈছে ০৫ ডিচেম্বৰ ২০২১ তাৰিখ। চাকৰি বিচাৰি থকা সকলো প্ৰাৰ্থীৰ বাবে এইয়া এক আকৰ্ষণীয় সুযোগ। এই পদত আৱেদন দাখিল কৰাৰ পূৰ্বে প্ৰাৰ্থী সকলক OVOVO গুৱাহাটীৰ শেহতীয়া অধিসূচনা পৰ্যবেক্ষণ কৰিবলৈ আহ্বান কৰা হ'ল।

অনুষ্ঠানৰ নাম

OVOVO গুৱাহাটী

পদৰ ধৰণ

ব্যক্তিগত খণ্ড

পদৰ নাম

মাৰ্কেটিঙ এক্সেকিউটিভ, কম্পিউটাৰ অপাৰেটৰ আৰু পিয়ন

পদৰ সংখ্যা

০৬

অৱস্থান

গুৱাহাটী

প্ৰক্ৰিয়া

অনলাইন

অন্তিম তাৰিখ

০৫/১২/২০২১


পদৰ নাম

পদৰ সংখ্যা

বয়স

অন্তিম তাৰিখ

মাৰ্কেটিঙ এক্সেকিউটিভ

০১

১৮ - ৩৫ বছৰ

০৫/১২/২০২১

কম্পিউটাৰ অপাৰেটৰ

০৪

১৮ - ৩৫ বছৰ

০৫/১২/২০২১

পিয়ন

০১

১৮ - ৩৫ বছৰ

০৫/১২/২০২১


শিক্ষাগত অৰ্হতা:

পদৰ নাম

শিক্ষাগত অৰ্হতা

মাৰ্কেটিঙ এক্সেকিউটিভ

PGDCA আৰু গ্ৰেজুৱেচন

কম্পিউটাৰ অপাৰেটৰ

গ্ৰেজুৱেচন

পিয়ন

একেই ক্ষেত্ৰত ১বছৰীয়া অভিজ্ঞতা


আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ বায়ডাতা info@ovovo.co.in ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।

ফোন : ৮১৩৪০৭১১৪/ ৭৫৭৭০২৬২২


আৰু পঢ়ক: আই আই টি গুৱাহাটী নিযুক্তি ২০২১ : সহকাৰী প্ৰকল্প অভিযন্তাৰ পদখালী




Next Story
চাকৰি