আই আই টি গুৱাহাটী নিযুক্তি ২০২১ : সহকাৰী প্ৰকল্প অভিযন্তাৰ পদখালী
সহকাৰী প্ৰকল্প অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :
গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।
ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :
ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা সহকাৰী প্ৰকল্প অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :
পদৰ নাম | সহকাৰী প্ৰকল্প অভিযন্তা |
খালী পদৰ সংখ্যা | ০১ |
দৰমহা | ৩৫,০০০ - ৪৯,০০০/- টকা, মাহিলী |
পদৰ অৱস্থান | গুৱাহাটী, অসম |
অন্তিম তাৰিখ | ৪ ডিচেম্বৰ ২০২১ |
বাছনি প্ৰক্ৰিয়া | অনলাইন সাক্ষাৎকাৰ |
পদৰ সময় সীমা | ৮৯দিন |
ৱেবচাইট | iitg.ac.in |
শিক্ষাগত অৰ্হতা:
কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড/ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল অভিযান্ত্ৰিক বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ।
অভিজ্ঞতা:
পৰৌচ মেডিয়াম কম্বুষ্টিয়নৰ গৱেষণা অভিজ্ঞতা থকা প্ৰাৰ্থী আকাংক্ষিত।
উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:
• প্ৰথমে অফিচিয়েল ৱেবচাইট iitg.ac.in লৈ যাওক
• IIT গুৱাহাটীত নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক
• সহকাৰী প্ৰকল্প অভিযন্তাৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক
• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক
• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক
• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক
• আৰু আৱেদন pmkumar@iitg.ac.in ইমেইল যোগে অন্তিম তাৰিখৰ পূৰ্বে প্ৰেৰণ কৰক
আৱেদন প্ৰক্ৰিয়া:
ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন pmkumar@iitg.ac.in ইমেইল যোগে অন্তিম তাৰিখৰ পূৰ্বে প্ৰেৰণ যোগে প্ৰেৰণ কৰিব পৰিব।
গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:
• অধিসূচনা মুকলি হোৱা দিন - ২৯/১১/২০২১
• আৱেদন দাখিল অন্তিম তাৰিখ - ০৪/১২/২০২১
• অনলাইন সাক্ষাৎকাৰ - ০৬/১২/২০২১
আৰু পঢ়ক: অসম বিত্ত নিগমত ৫ টা বিষয়া পদ খালী আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা,