অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰীৰ পদখালী
Published on: 

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : যুৱ পেচাদাৰী-২ ৷

খালী পদৰ সংখ্যা : ০১টা ৷

বয়সৰ সীমা : ৩৫বছৰ ৷

দৰমহা : ২৫,০০০ টকা ( মাহিলী) ৷

নিযুক্তিৰ স্থান : যোৰহাট, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৮/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি/ উদ্যানবিদ্যা/ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

আৰু চাব পাৰেঃ 

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰৰ লগতে, নিজ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ, পাছপৰ্ট ফটো সহ নিম্নোক্ত মেইললৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : sherful.alam@aau.ac.in

বাছনি কৰা প্ৰাৰ্থীসকল অহা ৯ ছেপ্টেম্বৰ তাৰিখে পুৱা ১০:৩০ বজাৰ অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com