Begin typing your search above and press return to search.

ACCMS অসমত বিভিন্ন পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

ACCMS অসমত বিভিন্ন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2021 10:11 AM GMT

অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজ (ACCMS) হৈছে অসমত জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কামৃ-কাজৰ ৰাজ্যিক পদক্ষেপ পৰিকল্পনা এক বিশেষ ব্যৱস্থা।

অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজে গাণনিক তথা প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূ্ৰ্বে প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ নামঃ গাণনিক তথা প্ৰশাসনিক সহায়ক।

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ উল্লেখ নাই।

দৰমহাঃ মাহিলী ২৮ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮ নৱেম্বৰ, ২০২১।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ ১. ন্যূনতম ৫০ শতাংশ নম্বৰসহ বি কম। ২) ন্যূনতম ৫০ শতাংশ নম্বৰসহ এম কম। টেলী আৰু এম এছ অফিচসহ কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লোমা।

আবেদন jobsataccmsociety@gmail.com লৈ প্ৰেৰণ কৰিব পাৰে।

আবেদন গ্ৰহণৰ শেষ তাৰিখ ১৮ নৱেম্বৰ, ২০২১-ৰ বিয়লি ৫ বজা।


আৰু চাব পাৰেঃ প্ৰয়াস জুভেনাইল এইড চেণ্টাৰত চিকিৎসক, ফাৰ্মাচিষ্ট, একাউণ্টেণ্টৰ পদখালী

Next Story
চাকৰি