Begin typing your search above and press return to search.

টাটাৰ ACTREC-ত তদৰ্থ বৈজ্ঞানিক বিষয়া নিযুক্তি

ACTREC-এ তদৰ্থ বৈজ্ঞানিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য় চাব পাৰেঃ

টাটাৰ ACTREC-ত তদৰ্থ বৈজ্ঞানিক বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jan 2022 12:34 PM GMT

ACTREC- ৰ বিষয়েঃ

ACTREC হৈছে টাটা মেমোৰিয়েল চেণ্টাৰৰ অংগ। টাটা মেমোৰিয়েলৰ মূলমন্ত্ৰ হৈছে সকলো কৰ্কট ৰোগীকে চিকিত্সা সোৱা যোগান ধৰা আৰু এই সেৱা সৰ্বোত্কৃষ্ট মানৰ কৰা। ACTREC-ৰ সম্পূৰ্ণ নাম হৈছে এডভান্সড চেণ্টাৰ ফৰ ট্ৰীটমেণ্ট ৰিচাৰ্ছ এণ্ড এডুকেচন ইন কেন্সাৰ।

ACTREC-ৰ নিযুক্তি ২০২২ঃ

ACTREC-এ তদৰ্থ বৈজ্ঞানিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য় চাব পাৰেঃ

এই বিষয়ে আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

তদৰ্থ বৈজ্ঞানিক বিষয়া

খালী পদ

১ টা।

বয়সৰ সীমা

০১ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৪০ বছৰ।

দৰমহা

মাহিলী ৫৬, ১০০ টকা।

ৱেবছাইট

actrec.gov.in

অন্তিম তাৰিখ

১৮ জানুৱাৰী ২০২২

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

ৱেবছাইটঃ

শিক্ষাগত অৰ্হতা:

যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম ই / এম টেক বা এম এছ চি হব লাগিব।

অভিজ্ঞতাঃ

প্ৰাৰ্থীৰ কেন্সাৰ বায়োইনফৰমেটিক্সত অভিজ্ঞতা থাকিব লাগিব। সংশ্লিষ্ঠ ক্ষেত্ৰত প্ৰাৰ্থীৰ ন্যূনতম ১ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

প্ৰথমে অফিচিয়েল ৱেবছাইট actrec.gov.in চাওক।

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

নিৰ্দিষ্ট অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (১৮ জানুৱাৰী ২০২২) ভিতৰত পোৱাকৈ আবেদন পত্ৰ দাখিল কৰক আৰু আবেদন পত্ৰ নম্বৰ/স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰক।




আাৰু চাব পাৰে : ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডত নিযুক্তি

Next Story
চাকৰি