Begin typing your search above and press return to search.

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম চহৰা নিযুক্তি ২০২২ - অতিৰিক্ত কাৰ্যসূচী বিষয়াৰ পদ খালী

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, সহিয়ং C&RD খণ্ডত ০১গৰাকী অতিৰিক্ত কাৰ্যসূচী বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম চহৰা নিযুক্তি ২০২২ - অতিৰিক্ত কাৰ্যসূচী বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2021 8:12 AM GMT

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়মৰ বিষয়ে :

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম ২০০৫ (নতুন নাম, "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিযুক্তি অধিনিয়ম), হৈছে ভাৰতীয় শ্ৰম আইন আৰু সমান সংৰক্ষণ পদক্ষেপ যাৰ মূল উদ্দেশ্য সকলোৰে বাবে "কামৰ অধিনিয়ম" উপলব্ধ কৰোৱা। এই অধিনিয়ম প্ৰধান মন্ত্ৰী ড. মনমোহন সিঙৰ চৰকাৰৰ অধীনত এই আইন পাছ কৰোৱা হৈছিল ২৩আগষ্ট ২০০৫ চনত।

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম চহৰাত শেহতীয়া পদ খালী :

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, সহিয়ং C&RD খণ্ডত ০১গৰাকী অতিৰিক্ত কাৰ্যসূচী বিষয়াৰ খালী পদত নিযুক্তিৰ প্ৰদানৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

অতিৰিক্ত কাৰ্যসূচী বিষয়া

খালী পদ

০১

দৰমহা

নিয়মাৱলী অনুসৰি

ৱাক ইন সাক্ষাৎকাৰ

১৪/০১/২০২২

অৱস্থান

শ্বিলং, মেঘালয়

শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা অনুষ্ঠানৰ পৰা সমাজ কৰ্মত স্নাতকোত্তৰ/ সমাজ বিজ্ঞান/ গ্ৰামীণ ব্যৱস্থাপনাত MBA

কম্পিউটাৰ এপ্লিকেচন যেনে এম এছ অফিচত (এম এছ ৱৰ্ড, এম এছ এক্সেল) কৌশলী

প্ৰাসংগিক ক্ষেত্ৰত নূন্যতম ২-৩ বছৰীয়া কৰ্ম অভিজ্ঞতা

আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী প্ৰাৰ্থী সকলে ১৪ জানুৱাৰী ২০২২ তাৰিখে, পোৱা ১১বজাৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, সহিয়ং C&RD খণ্ড, শ্বিলং, পূব খাচী পাহাৰ জিলাত নিজৰ সকলো প্ৰয়োজনীয় নথি পত্ৰ আৰু বায়ডাটা সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : বি এছ এন এলত স্নাতক আৰু ডিপ্লোমা এপ্ৰেণ্টিচ নিযুক্তি


Next Story
চাকৰি