Begin typing your search above and press return to search.

এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

এয়াৰলাইন এলাইড ছাৰ্ভিচেছে ট্ৰানজিচন কমাণ্ডাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2020 12:48 PM GMT

খালী পদৰ সংখ্যাঃ ১৮টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৩ বছৰ।

দৰমহাঃ ৪ লাখ ৭০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী, কলকাতা, হায়দৰাবাদ, বাংগালুৰু ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ এ এ এছ এলৰ ৱেবছাইট http://airindia.inচাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

আৰু চাব পাৰেঃ AREAS-ত ব্যৱস্থাপনা বিশেষজ্ঞৰ প্ৰয়োজন

Next Story