Begin typing your search above and press return to search.
ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ চাকৰিৰ আবেদন আহ্বান
ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণ( AAI)-এ নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ কনিষ্ঠ সহকাৰী(ইলেকট্ৰনিকছ)।
খালী পদৰ সংখ্যাঃ ১৫০টা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ২৭ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২০।
দৰমহাঃ মাহিলী ৪০ হেজাৰ টকাৰ পৰা ১,৪০,০০০টকা।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ গেট-২০১৯ত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হব।
আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে www.aai.aeroৰ জৰিয়তে আবেদন জনাব পাৰিব। অহা ২ চেপ্টেম্বৰলৈকে আবেদন গ্ৰহণ কৰা হব।
সবিশেষ জানিবলৈ https://www.aai.aero/sites/default/files/examdashboard_advertisement/ADVT GATE 2019 HINDI.pdfচাওক।
আৰু চাব পাৰেঃ বিষয়া নিযুক্তিৰ বাবে বেংক অৱ ইণ্ডিয়াৰ আবেদন আহ্বান
Next Story