এইমছ পাটনাত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

এইমছ পাটনাই জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে।
এইমছ পাটনাত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

খালী পদৰ সংখ্যাঃ ০২টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৯-২০২০।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪৫ বছৰ।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা তথা সাক্ষাতকাৰ।

সাক্ষাতকাৰঃ অহা ০৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা Department of Physical Medicine and Rehabilitation, 1st floor Aayush Building, AllMS Patna-ত সাক্ষাতকাৰ অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com