অ' এন জি চিত বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

তেল আৰু প্ৰাকৃতিক গেছ নিগম(অ’ এন জি চি)-এ সাধাৰণ কৰ্তব্যৰ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অ' এন জি চিত বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ০৬টা।

দৰমহাঃ ৭২হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুজৰাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮ ছেপ্টেম্বৰ, ২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

এই বিজ্ঞাপনৰ অৱশিষ্ট-১ত সন্নিৱিষ্ট আবেদন পত্ৰৰ সৈতে শিক্ষাগত অৰ্হতা-বয়স আদিৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি khatri_ashok@ongc.co.inলৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com