কৰিমগঞ্জত অৰুণোদয় সহায়কৰ প্ৰয়োজন

কৰিমগঞ্জৰ উপায়ুক্ত কাৰ্যালয়ে অৰুণোদয় সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কৰিমগঞ্জত অৰুণোদয় সহায়কৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ২০টা।

দৰমহাঃ মাহিলীঃ ১৫ হেজাৰ টকা।

চাকৰিৰ স্থানঃ কৰিমগঞ্জ।

বয়সৰ সীমাঃ ৩৫ বছৰতকৈ অদিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

আবেদনৰ নিয়মঃ https://niyog.assam.gov.in/karimganj/-ত পাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com