অসম কৃষি বিশ্ববিদ্যালয়ত জে আৰ এফ মকৰল

অসম কৃষি বিশ্ববিদ্যালয়ত জে আৰ এফ মকৰল

অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল’ (জে আৰ এফ)মকৰলৰ বাবে ভাৰ্চুৱেল সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।
Published on

খালী পদৰ সংখ্যাঃ এটা ৷

দৰমহাঃ মাহিলী ৩১হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ এম এছ চি(কৃষি)৷ তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম এবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৮-০৯-২০২০ ৷

আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ সকলো নিয়ম কৃষি বিশ্ববিদ্যালয়ৰ ৱেটছাইট www.aau.ac.inত পাব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com