
অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষক নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।
অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে ৷
পদৰ নাম |
গৱেষক |
খালী পদ |
১ |
দৰমহা |
প্ৰতিদিনে ৪,৫০০টকা |
বয়সৰ সীমা |
৪৫ বছৰ |
চাকৰিৰ অৱস্থান |
নগাঁও, অসম |
অন্তিম তাৰিখ |
১৮-১০-২০২২ |
আবেদনৰ মাচুল |
SC/ST প্ৰাৰ্থীৰ বাবে ২৫ টকা। অন্যান্য প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত ৫০ টকা। |
অসম কৃষি বিশ্ববিদ্যালয়ৰ জাননী অনুসৰি প্ৰাৰ্থীসকল স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা জলজ পৰিৱেশ ব্যৱস্থাপনাত এম এফ এচ চি বা প্ৰাণী বিজ্ঞান/জীৱন বিজ্ঞানৰ এম এচ চি হ'ব লাগিব।
নিযুক্তি প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাৎকাৰ।
অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে প্ৰয়োজনীয় প্ৰ-পত্ৰৰ প্ৰতিলিপিৰ সৈতে নিৰ্ধাৰিত প্ৰপত্ৰসহ অহা ১১অক্টোবৰ, ২০২২-ত ৰহাৰ মীন কলেজত অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব পাৰে।
প্ৰাৰ্থীসকলে নিজৰ আবেদনপত্ৰ আগতীয়াকৈ sarada.k.bhagawati@aau.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে।
Disclaimer: Provided by AAU.
অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়েঃ যোৰহাটত ১৯৫৯ৰ ১ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ই হৈছে এখন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়। যোৰহাটৰ বৰভেটাত মুখ্য কাৰ্যালয় অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ বহুসংখ্যক চৌহদ আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্ম-পৰিসৰ কৃষি আৰু ইয়াৰ সংলগ্ন ক্ষেত্ৰসমূহত শিক্ষণ, গৱেষণা আৰু সম্প্ৰসাৰিত শিক্ষালৈ পৰিব্যাপ্ত।