Begin typing your search above and press return to search.
অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনত চিকিত্সক নিযুক্তি
অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে বিভিন্ন শাখাৰ বিশেষজ্ঞ চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ
মেডিকেল অনকোলজী,
শিক্ষাগত অৰ্হতাঃ এম ডি/ডি এন বি ইণ্টাৰনেল মেডিচিন/পেডিয়া
ছাৰ্জিকেল অনকোলজী
শিক্ষাগত অৰ্হতাঃ এম এছ ছাৰ্জাৰী/ডি এন বি-ছাৰ্জাৰী
মূৰ আৰু ডিঙিৰ অনকোলজী
শিক্ষাগত অৰ্হতাঃ এম এছ-ই এন টি/ডি এন বি-ই এন টি।
অনকো-পেথোলজী
শিক্ষাগত অৰ্হতাঃ এম ডি পেথোলজী।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত সৰ্বোচ্চ ৩৫ বছৰ।
আবেদনৰ মাচুলঃ ডিমাণ্ড ড্ৰাফটৰ জৰিয়তে গুৱাহাটীত ভঙাব পৰাকৈ অসম কেন্সাৰ ফাউণ্ডেচনৰ নামত ৫০০টকা জমা দিব লাগিব।
আবেদনৰ নিয়মঃ Assam Cancer Care Foundation-ৰ ৱেবছাইট https://www.assamcancercarefoundation.org/training-and-internship.htmlৰ জৰিয়তে কৰিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৮-২০২০।
আৰু চাব পাৰেঃ ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ চাকৰিৰ আবেদন আহ্বান
Next Story