Begin typing your search above and press return to search.

উপ-মহাপ্ৰৱন্ধক নিযুক্তিৰ বাবে এপেক্স বেংকৰ আবেদন আহ্বান

অসম কো-অপাৰেটিভ এপেক্স বেংকে উপ-মহাপ্ৰৱন্ধক(আই টি) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

উপ-মহাপ্ৰৱন্ধক নিযুক্তিৰ বাবে এপেক্স বেংকৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2020 1:39 PM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা প্ৰথম শ্ৰেণীৰ বি ই অথবা বি টেক( কম্পিউটাৰ ছায়েন্স/ ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্যনছ) নতুবা এম এছ চি(আই টি/ কম্পিউটাৰ/ ই ছায়েন্স), এম চি এ, এম টেক/ এম এছ (কম্পিউটাৰ ছায়েন্স/ ছফটৱেৰ ইঞ্জিনীয়াৰিং)।

কৰ্ম-অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম আঠ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-১০-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অইল ইণ্ডিয়া লিমিটেডত বিভিন্ন ধৰণৰ পদ খালী

Next Story
চাকৰি