অসম ইলেকট্রনিকচ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেড (AMTRON)ত নিযুক্তি ২০২০

অসম ইলেকট্রনিকচ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেড (AMTRON)ত নিযুক্তি ২০২০
Published on: 

অসম ইলেকট্রনিকচ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেড (AMTRON)ত নিযুক্তি ২০২০

অসম ইলেকট্রনিকচ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেডে চাইবাৰ ইনটেলিজেনচ চেন্টাৰ অৱ এক্সিলেনচি অৱ টেক চিটি,গুৱাহাটী ত চাইবাৰ চিকিউৰিটি কনচালন্টেটচ ৰ পদত ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: চাইবাৰ চিকিউৰিটি কনচালন্টেট

পদৰ সংখ্যা: ০৩

দৰমহা: ৫০,০০০/- টকা

কৰ্ম স্থান: গুৱাহাটী

আবেদনৰ শেষ তাৰিখ: ২০/০২/২০২০

বাচনি প্ৰক্ৰিয়া: বাচি উলিওৱা প্ৰাৰ্থীৰ সকলেহে লিখিত পৰীক্ষা/ সাক্ষাৎকাৰত উপনীত হব পাৰিব। প্ৰাৰ্থীসকলে অধিক তথ্যৰ বাবে http://amtron.in ৱেবচাইটত চাব পাৰিব।

ঠিকনা: Assam Electronics Development Corporation Ltd. (AMTRON)Industrial Estate, Bamunimaidan, Guwahati-781021

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com