অসম বিধানসভাত ষ্টেনোগ্ৰাফাৰ নিযুক্তিৰ বাবে আবেদন আহ্বান

অসম বিধানসভাত ষ্টেনোগ্ৰাফাৰ নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
অসম বিধানসভাত ষ্টেনোগ্ৰাফাৰ নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ২২হেজাৰ টকাৰ পৰা ৮৭হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৬-২০২০ ।

বয়সৰ সীমাঃ আবেদন দাখিলৰ সময়ত প্ৰাৰ্থীৰ বয়স ২৫ বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব।

সবিশেষ জানিবলৈ http://assamassembly.gov.in/recruitment.pdf চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com