![অসম পশুধন বিকাশ সংস্থাত নিযুক্তি ২০২০](http://media.assettype.com/assamese-sentinelassam%2Fimport%2Fwp-content%2Fuploads%2Fsites%2F2%2F2020%2F01%2FASSAM-4-1.jpg?w=480&auto=format%2Ccompress&fit=max)
অসম পশুধন বিকাশ সংস্থাত নিযুক্তি ২০২০
আবেদনকাৰী সকলে বায়-ডাতা /চি .ভি ৰ জৰিয়তে অসম পশুধন উনয়ন সংস্থা( a registered society sponsored by the govt of India and govt of assam ) ঠিকাভিত্তিক মুখ্য কায্যবাহী বিষয়া পদত আবেদন কৰিব পাৰিব ।
পদৰ নাম - মুখ্য কাৰ্যবাহী বিষয়া
যোগ্যতা - BVSc& AH registered with any state/Central City Council MVSc (Animal Reproduction /Animal Breeding )OR MBA/PGD Management /PGD RGD Rural Development from recognized /reputed institutions .
অভিজ্ঞতা - ১৫ বছৰ মাছ আৰতিফিচিয়েল ইনচিমিনেচন প্ৰগামত কৰ্মৰত হ'ব লাগিব ।
বয়স - ৬৩
খালী পদ - ১
অন্তিম তাৰিখ - ১/২/২০২০
ইচ্ছুক আবেদনকাৰীয়ে অধিক তথ্য ইমেইল ceoalda@gmail.com ত সৰ্বিশেষ তথ্য লাভ কৰিব পাৰিব
আবেদনকাৰীসকলে সঠিক ঠিকনা যোগে নিদ্ধাৰিত সকলো প্ৰ -প্ৰত্ৰ ১ফেব্ৰুৱাৰী ২০২০ (৫ বজালৈকে ) জমা দিব পাৰিব ।
সাক্ষাৎকাৰৰ স্থান গুৱাহাটী নিদ্ধাৰন কৰা হৈছে ।
ঠিকনা - কৃষি উৎপাদন আয়ুক্ত ,ভাৰত চৰকাৰ ,ব্লক - C third floor , জনতা ভৱন ,দিছপুৰ ।গুৱাহাটী -৭৮১০০৬
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : ড° ভূবেনেশ্বৰ বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত নিযুক্তি