ড° ভূবেনেশ্বৰ বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত নিযুক্তি

ড° ভূবেনেশ্বৰ বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত নিযুক্তি

ড° ভূবেনেশ্বৰ বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত নিযুক্তি -

ড°বি বৰুৱা চিকিৎসা প্ৰতিষ্ঠানে অধ্যাপক ,অধ্যক্ষ সহ অধ্যাপক , সহযোগি অধ্যাপক পদৰ বাবে নিযুক্তিৰ পথ মুকলি কৰিছে । বিজ্ঞান শাষাত স্নাতকোত্তৰ যোগ্য প্ৰাৰ্থীসকলে পাৰমানৱিক শক্তি বিভাগত আবেদন কৰিব পাৰিব । তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল -

পদৰ নাম - অধ্যক্ষ, সহ অধ্যাপক

অভিজ্ঞতা - ১৫ বছৰ M.Sc(n)ৰ অভিজ্ঞতা থাকিব লাগিব আৰু ১২ বছৰ শিক্ষকতাৰ অভিজ্ঞতা আৰু ৫ বছৰ বিজ্ঞান সম্বন্ধীয় কায্যসূচীত অংশগ্ৰহন কৰাৰ অভিজ্ঞতা থাকিব লাগিব ।

দৰমহা - ১০০০০ প্ৰতি মাহে

খালী পদ - ১

পদৰ নাম - অধ্যাপক

অভিজ্ঞতা - ১০ বছৰ MSc(N)ৰ অভিজ্ঞতা থকাৰ লগতে ৭বছৰ শিক্ষকতাৰ অভিজ্ঞতা থকাটো প্ৰয়োজন ।

দৰমহা - ৮০০০০

খালী পদ - ১

পদৰ নাম - সহযোগি অধ্যাপক

অভিজ্ঞতা - M.Sc (N) ৰ ৮ বছৰ অভিজ্ঞতাৰ লগতে ৫ বছৰ শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব ।

দৰমহা - ৬০০০০

খালী পদ - ১

নিৰ্বাচন প্ৰক্ৰিয়া - সাক্ষাৎকাৰৰ ভিত্তিত

আবেদনকাৰী সকলে নিদ্ধাৰিত ফৰমেতত আবেদন পত্ৰ সমুহ ড°বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান , গোপীনাথ নগৰ ,এ.কে আজাদ ৰোড ,গুৱাহাটী - ৭৮১০১৬; ২০২০ চনৰ ২৭ জানুৱাৰীলৈকে আবেদন পত্ৰ সমুহ জমা দিব লাগিব ।

অন্তিম তাৰিখ - ২৭ জানুৱাৰী ২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : অসম লোকসেৱা আয়োগত নিযুক্তি :-

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com