অসম পেট্ৰোকেমিকেল লিমিটেডত চিকিত্সা বিষয়াৰ প্ৰয়োজন

অসম পেট্ৰোকেমিকেল লিমিটেডে চিকিত্সা বিষয়া(ঠিকাভিত্তিক) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম পেট্ৰোকেমিকেল লিমিটেডত চিকিত্সা বিষয়াৰ প্ৰয়োজন

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ প্ৰথম বছৰত মাহিলী ৬০ হেজাৰ টকা। দ্বিতীয় বছৰত ৬৫ হেজাৰ আৰু তৃতীয় বছৰত ৭০ হেজাৰ টকা।

চাকৰিৰ স্থানঃ ডিব্ৰুগড়।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬৫বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে General Manager (HR), i/c Assam Petro-Chemicals Limited, Namrup , P.O. Parbatpur, Dist. Dibrugarh (Assam), Pin -786 623 (Assam) লৈ আবেদন প্ৰেৰণ কৰিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com