Begin typing your search above and press return to search.

অসম ফাৰ্মাচী পৰিষদৰ পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন আহ্বান

অসম ফাৰ্মাচী পৰিষদৰ কাৰ্যালয়ে ঠিকাভিত্তিক পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম ফাৰ্মাচী পৰিষদৰ পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-11-24T13:02:41+05:30

খালী পদৰ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ ভাৰতীয় ফাৰ্মাচী পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচীৰ ডিগ্ৰী বা ডিপ্লমা গ্ৰহণ কৰা হব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫ নৱেম্বৰ, ২০২০।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬২ বছৰ।

দৰমহাঃ ২২ হেজাৰ টকা।

সবিশেষ ইয়াত ক্লিক কৰি জানক।

আৰু চাব পাৰেঃ কেবিনেট সচিবালয়ত ক্ষেত্ৰ সহায়ক নিযুক্তি

Next Story