অসম ফাৰ্মাচী পৰিষদৰ পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন আহ্বান

অসম ফাৰ্মাচী পৰিষদৰ কাৰ্যালয়ে ঠিকাভিত্তিক পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম ফাৰ্মাচী পৰিষদৰ পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ ভাৰতীয় ফাৰ্মাচী পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচীৰ ডিগ্ৰী বা ডিপ্লমা গ্ৰহণ কৰা হব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫ নৱেম্বৰ, ২০২০।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬২ বছৰ।

দৰমহাঃ ২২ হেজাৰ টকা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com