অসম দক্ষতা উন্নয়ন মিছনত কনিষ্ঠ সহায়ক, পিয়নৰ পদ খালী

অসম দক্ষতা উন্নয়ন মিছনত কনিষ্ঠ সহায়ক, পিয়নৰ পদ খালী
Published on

অসম দক্ষতা উন্নয়ন মিছনে কনিষ্ঠ সহায়ক আৰু পিয়ন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবদন জনাব পাৰে।

অসম দক্ষতা উন্নয়ন মিছনৰ নিযুক্তি-২০২২ঃ

অসম দক্ষতা উন্নয়ন মিছনে কনিষ্ঠ সহায়ক আৰু পিয়ন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ নাম

কনিষ্ঠ সহায়ক, পিয়ন।

খালী পদ

১১ টা ৷

দৰমহা

মাহিলী ১৪ হেজাৰ টকাৰ পৰা দুই লাখ টকা।

চাকৰিৰ অৱস্থান

গুৱাহাটী, অসম ৷

অন্তিম তাৰিখ

১৬-১০-২০২২ ৷

ৱেবছাইট

kamrupjudiciary.gov.in

শিক্ষাগত অৰ্হতা

কনিষ্ঠ সহায়ক আৰু পিয়নৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা ব'ৰ্ডৰ অধীনত স্নাতক, বি চি এ, বি এচ চি, এম বি এ আদি হ'ব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ

লিখিত পৰীক্ষা, সাক্ষাৎকাৰ।

আবেদন প্ৰক্ৰিয়া

অসম দক্ষতা উন্নয়ন মিছনৰ বিষয়েঃ অসম দক্ষতা উন্নয়ন মিছনক ২০১৫-ত ছ'চাইটী আইনৰ অধীনত পঞ্জীয়ন কৰা হয়। ইয়াৰ কাৰ্য পৰিচালনা অসম চৰকাৰৰ নতুনকৈ সৃষ্টি কৰা দক্ষতা, নিয়োগ আৰু এণ্টাৰপ্ৰেনিউৰশ্বিপৰ বিভাগৰ অধীনত হয়। এই মিছনৰ কাম-কাজ ২০১৭-ৰ পৰা আৰম্ভ হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com