আইটিবিপিত নিযুক্তি ২০২২ - প্ৰধান কনিষ্টবল (ড্ৰেছাৰ-পশু চিকিৎসা) খালীপদ

ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী (আই টি বি পি)-য়ে প্ৰধান কনিষ্টবল (ড্ৰেছাৰ-পশু চিকিৎসা) নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে ৷
আইটিবিপিত নিযুক্তি ২০২২ - প্ৰধান কনিষ্টবল (ড্ৰেছাৰ-পশু চিকিৎসা) খালীপদ
Published on

আই টি বি পিয়ে প্ৰধান কনিষ্টবল (ড্ৰেছাৰ-পশু চিকিৎসা) নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে । আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাব ৷

আইটিবিপিৰ নিযুক্তি জাননী ২০২২

আইটিবিপিয়ে প্ৰধান কনিষ্টবল (ড্ৰেছাৰ-পশু চিকিৎসা) নিযুক্তি দিবলৈ লৈছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে তলত খালী পদৰ সংখ্যা, শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য চাব পাৰে ৷

পদৰ নাম

প্ৰধান কনিষ্টবল (ড্ৰেছাৰ-পশু চিকিৎসা) 

খালী পদ

৪০

দৰমহা

মাহিলী ২৫, ৫০০ টকাৰ পৰা ৮১, ১০০ টকা

বয়সৰ সীমা

১৮-২৫ বছৰ

চাকৰিৰ অৱস্থান

ভাৰতৰ বিভিন্ন ঠাইত

অন্তিম তাৰিখ

১৭-১২-২০২২

শিক্ষাগত অৰ্হতা

আই টি বি পিৰ জাননী অনুসৰি প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ, ডিপ্ল'মাধাৰী হ'ব লাগিব ৷

আবেদন জনোৱাৰ প্ৰক্ৰিয়া

অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে ১৯-১০-২০২২-ৰ পৰা ২০২২-ৰ ১৭ নৱেম্বৰলৈ আই টি বি পিৰ অফিচিয়েল ৱেবছাইট itbpolice.nic-ৰ পৰা আবেদন জনাব পাৰিব ৷

Disclaimer: Provided by ITBP.

আই টি বি পিৰ বিষয়েঃ চীন-ভাৰত যুদ্ধৰ পাচত ১৯৬২ত আই টি বি পি প্ৰতিষ্ঠা কৰা হয়। এই বাহিনী হৈছে দেশৰ ১৭ টা অৰ্ধ-সামৰিক বাহিনীৰ অন্যতম এটা অৰ্ধ-সামৰিক বাহিনী। চীনৰ তিব্বত স্বায়ত্ত্বশাসিত অঞ্চলৰ ভাৰতত সীমান্তত এই বাহিনী নিয়োগ কৰা হয়। আই টি বি পিৰ প্ৰথম মুৰব্বী আছিল মহা-পৰিদৰ্শক বলবীৰ সিং।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com