চাকৰি
ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমাজত প্ৰকল্প বিষয়া নিযুক্তি
অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমাজে প্ৰকল্প বিষয়া(টি আই) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ০৪টা।
দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।
বয়সৰ সীমাঃ ২০২০ৰ ১ এপ্ৰিলত ৬০বছৰতকৈ অধিক হব নালাগিব।
শিক্ষাগত অৰ্হতাঃ সমাজ বিজ্ঞান বা সহযোগী বিষয়ত স্নাতক ডিগ্ৰী থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ছুপাৰভাইজৰী পদত কাৰ্যনিৰ্বাহ কৰাৰ ন্যূনতম পাঁচবছৰৰ অভিজ্ঞতা থাকিব লাগিব। লিখা আৰু কথা কোৱাত ভাল গুণ থাকিব লাগিব। গোট ব্যৱস্থাপনা, কম্পিউটাৰ সাক্ষৰতা থাকিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।
আৰু চাব পাৰেঃ অসমৰ আবকাৰী বিভাগত বহু পদখালী