অসম ৰাজ্যিক জৈৱ - বৈচিত্র পৰিষদত নিযুক্তি (ASBB)
অসম ৰাজ্যিক জৈৱ - বৈচিত্র পৰিষদত বি.এম.চি জিলা সমন্বয়কৰ ৩৩ তা খালি পদত ৩ মাহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।(11th batch of Biodiversity Research Associate Programme ,BRAP)
পদৰ নাম: বি.এম.চি জিলা সমন্বয়ক
শিক্ষাগত অৰ্হতা: স্নাতোকোত্তৰ জীৱ বিজ্ঞান ( উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান)
স্থানীয় উদ্ভিদ, প্রাণী ,চিনাক্তকৰণ বৈজ্ঞানিক নাম, সাধাৰণ ব্যবহাৰ ইত্যাদিৰ যথাযথ জ্ঞান লগতে কম্পিউটাৰ ৰ দক্ষতা (ৱৰ্ড/ এক্সেল) অপৰিহার্য।
পদৰ সংখ্যা: ৩৩ (প্ৰতি খন জিলাত)
দৰমহা: ১৫০০০/- প্ৰতি মাহ + ভ্ৰমণৰ খৰচ ৫০০০/- প্ৰতি মাহ।
বয়স:৩০ বছৰ
আবেদনৰ শেষ তাৰিখ:২০/০২/২০২০
নিৰ্বাচন প্ৰক্ৰিয়া- বোৰ্ডৰ দ্বাৰা প্ৰাৰ্থী সমূহৰ আবেদনসমূহ বাচি উলিয়াই যোগ্যতা নিৰ্ণয় কৰা হব।
** প্ৰাৰ্থী সকলে আবেদনসমূহ asbb.applications@gmail.com মেইল যেগে অথবা স্পিড পোষ্ট যোগে তলৰ ঠিকনাটিত পঠিয়াব লাগিব।
The Member Secretary,
Assam State Biodiversity Board,
Aranya Bhawan, 2nd Floor,
Panjabari, Guwahati- 37
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : ইঞ্জিনিয়াৰচ ইনচটিউট অৱ ইণ্ডিয়া, গুৱাহাটী ত নিযুক্তি ২০২০