Begin typing your search above and press return to search.

শিক্ষক অৰ্হতা নিৰূপণ পৰীক্ষাৰ(TET) প্ৰৱেশপত্ৰ মুকলি সৰ্বশিক্ষাৰ

পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ড সৰ্বশিক্ষাৰ অফিচিয়েল ৱেবচাইটৰ পৰা ২০অক্টোবৰ তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব।

শিক্ষক অৰ্হতা নিৰূপণ পৰীক্ষাৰ(TET) প্ৰৱেশপত্ৰ মুকলি সৰ্বশিক্ষাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Oct 2021 10:28 AM GMT

সৰ্বশিক্ষা অভিযান মিছন(SSA) অসমৰ দ্বাৰা আগন্তুক শিক্ষক অৰ্হতাৰ পৰীক্ষা(TET), নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰীক্ষাৰ্থীসকলৰ এডমিট কাৰ্ড মুকলি লাভ কৰিছে। পৰীক্ষাৰ্থী সকলে এডমিট কাৰ্ড সমূহ সৰ্বশিক্ষাৰ অফিচিয়েল ৱেবচাইটৰ পৰা ২০অক্টোবৰ তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব।

অধিক জাননী :

বিভাগৰ নাম : শিক্ষা বিভাগ, অসম চৰকাৰ

পৰীক্ষাত সময়সীমা : ২ আৰু ১/২ঘণ্টা (প্ৰতিখন কাকতৰ বাবে)

পৰীক্ষা প্ৰক্ৰিয়া : অফলাইন

প্ৰশ্ন প্ৰক্ৰিয়া : MCQ

ঋণাত্মক নম্বৰ : নাই।

প্ৰশ্ন কাকতৰ ভাষা : অসমীয়া, বেংগলী, বড়ো, হিন্দী, ইংৰাজী

পৰীক্ষাৰ স্থান : এডমিটত উল্লেখ্য

এডমিট ডাউনলোড প্ৰক্ৰিয়া :

• প্ৰথমে Important Web-Link ৰ খণ্ডত যাওক

• TET Admit Card বিকল্পত ক্লিক কৰক

• আবেদন নং আৰু পাছৱৰ্ড দি লগ - ইন কৰক

• আৰু আপোনাৰ এডমিট ডাউনলোড কৰক।

আৰু চাব পাৰেঃ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদত প্ৰকল্প কাৰিকৰী বিষয়াৰ পদখালী

Next Story
চাকৰি