অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০

অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০
Published on

অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০

অসম বিশ্ববিদ্যালয় শিলচৰত ঠিকাভিত্তিক পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিচে।

পদৰ নাম: গেষ্ট ফেকাল্টি

পদৰ সংখ্যা: ০১

কৰ্ম স্থান: শিলচৰ

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ ৫৫% নম্বৰ, UGCৰ অধীনত SELT/SET,NET উৰ্ত্তীণ হব লাগিব, এম.ফিল/ পি.এইচ ডি ডিগ্ৰীধাৰী হব লাগিব।

দৰমহা: ১৫০০/- টকা প্ৰতি ক্লাচ / ৫০,০০০/- টকা প্ৰতি মাহ।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে স্ব-স্বাক্ষৰিত প্ৰয়োজনীয় নথিপত্ৰ সমূহ ৱা্ক-ইন-ইন্টাৰভিউৰ দিনা

দেখুৱাব লাগিব।

ৱা্ক-ইন-ইন্টাৰভিউৰ তাৰিখ : ১৮/০২/২০২০

ৱা্ক-ইন-ইন্টাৰভিউৰ স্থান: Department of History of Assam University,Diphu Campus

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com